ড্ৰাগছসহ আটক 19 বছৰীয়া যুৱক - হৃদয়পুৰ
হেদায়ৎপুৰত লতাশিল আৰক্ষীয়ে আটক কৰে 19 বছৰীয়া যুৱকৰ লগতে 5 টাকৈ ড্ৰাগছৰ বটল

ড্ৰাগছসহ আতক ১৯ বছৰীয়া যুৱক
গুৱাহাটী, ৩১ মাৰ্চ : দেওবাৰে গুৱাহাটী মহানগৰীৰ হেদায়ৎপুৰত লতাশিল আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ এজন 19 বছৰীয়া যুৱক । আকাশ দৈমাৰী নামৰ যুৱকজনৰ ঘৰ ওদালগুৰিত । পেন্টৰ পকেটত যুৱকজনে 5 টা সৰু বটলত ড্ৰাগছখিনি লৈ অহাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়। ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক সোধ-পোচ আৰম্ভ কৰিছে ।
ড্ৰাগছসহ আতক ১৯ বছৰীয়া যুৱক