অসম

assam

ETV Bharat / city

‘ৰাইজৰ দল’ৰ উপদেষ্টা পদত নাথাকে ড৹ নগেন শইকীয়া - ড৹ নগেন শইকীয়া

আৰম্ভণিতেই কেনা লাগিল 70 টা জাতীয় সংগঠনৰে গঠন হোৱা নতুন আঞ্চলিক দলটোত ।

 নৱ গঠিত  নতুন ৰাজনৈতিক দলত আউল
নৱ গঠিত নতুন ৰাজনৈতিক দলত আউল

By

Published : Oct 2, 2020, 7:35 PM IST

গুৱাহাটী,2 অক্টোবৰ: নতুন আঞ্চলিক দল ‘ৰাইজৰ দল’ৰ উপদেষ্টা পদত নাথাকে ড৹ নগেন শইকীয়া । আৰম্ভনিতেই কেনা লাগিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 টা জাতীয় সংগঠনৰে গঠন হোৱা নতুন ৰাজনৈতিক আঞ্চলিক দলটোত ৷ ইতিমধ্যে ৰাইজৰ দলৰ উপদেষ্টামণ্ডলীত নাম আছিল ড৹ নগেন শইকীয়া ৷ কিন্তু ৰাইজৰ দলত নাথাকে বিশিষ্ট সাহিত্যক গৰাকী ৷ ইতিমধ্যে কোনো ৰাজনৈতিক দলৰ উপদেষ্টা পদত তেওঁ নাই বুলি স্পষ্টিকৰণ দিয়ে নগেন শইকীয়াই ।

নৱ গঠিত নতুন ৰাজনৈতিক দলত আউল

ABOUT THE AUTHOR

...view details