অসম

assam

ETV Bharat / city

অসম আৰক্ষীত দুৰ্নীতি সম্পৰ্কত সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

ৰিংকু গগৈ নামৰ জোৱানজনৰ ফেচবুক লাইভৰ পাচতেই ডি জি পি কুল শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Feb 16, 2019, 9:07 PM IST

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ ২১ নং এপিবিএনৰ জোৱান ৰিংকু গগৈৰ ফেচবুক লাইভ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব উপ আৰক্ষীৰ মহাপৰিদৰ্শক ৰ্যায়ৰ বিষয়াক দিয়া হ'ব বুলি উল্লেখ কৰে ।

DGP ৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ইপিনে অপৰাধত জড়িত কোনো আৰক্ষীৰ বিষয়া বা জোৱানকে সাৰি যাব দিয়া নহ'ব বুলিও কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

ABOUT THE AUTHOR

...view details