মেষ ৰাশি : বিপদৰ শংকা নাই ৷ তথাপিও সকৰ্কতা অৱলম্বন কৰক৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব পাৰে ৷ লক্ষ্যত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
বৃষ ৰাশি : বিপদৰ শংকাই প্ৰকট ৷ বিশেষকৈ কৰ্ম ক্ষেত্ৰত বিপদ হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ যাত্ৰা বাতিল কৰক ৷ পৰিশ্ৰমৰ উচিত ফল নাপাবও পাৰে ৷ এলেহুৱা অনুভৱ কৰিব ৷ স্বাস্থ্যৰ যতন লওক ৷ ভাবি-চিন্তি সিদ্ধান্ত লওক৷
মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তি বৃদ্ধি ৷ কৰ্মত মনোযোগ দিয়ক ৷
কৰ্কট ৰাশি : পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ সন্তানৰ অসফলতাই অসন্তুষ্টি দিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷
সিংহ ৰাশি :ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিবও পাৰে ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ নতুন ব্যৱসায় বা কৰ্ম আৰম্ভ নকৰিব ৷কৰ্ম ক্ষেত্ৰত শান্ত হৈ থাকক ৷
কন্যা ৰাশি :কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্মত অধিক মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক উন্নত ৷