হায়দাৰাৱাদ 30 মাৰ্চ:কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি এইপৰ্যন্ত দেশত আক্ৰন্তৰ সংখ্যা 1124 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে 27 গৰাকীৰ ৷ ইপিনে ভাৰতবৰ্ষৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বমুঠ 217 গৰাকী আৰু কেৰালাত মুঠ 198 গৰাকী লোক আক্ৰান্ত হৈছে ৷
দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ 1124 গৰাকী, মৃত্যু 27 গৰাকীৰ - ইপিনে ভাৰতবৰ্ষৰ ভিতৰত মহাৰাস্ট্ৰত সৱমুঠ 217 গৰাকী আনহাতে কেৰেলাত হৈছে গৈ 198 গৰাকী ৷
প্ৰত্যেক দিনাই ভাৰতত কৰ’ণাৰ আক্ৰন্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ 30 মাৰ্চ পৰ্যন্ত 1124 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত দেশত মৃত্যু হৈছে 27 গৰাকীৰ ৷ ইয়াৰে 96 গৰাকী ৰোগীক আৰোগ্য হৈ ঘৰলৈ যাবলৈ সক্ষম হৈছে ৷
কৰ’ণা আক্ৰান্তৰ সংখ্যা ভাৰতত হলগৈ 1120 আৰু,27 গৰাকীৰ মৃত্যু