গুৱাহাটী, 21 মাৰ্চ: ৰাজ্যজুৰি কৰ’ণা ভাইৰাছ তথা ক'ভিড-19 ৰ আতংকই বিৰাজ কৰি থকা সময়তে যোৰাবাটৰ মিছিং বস্তিত পাঁচ জন যুৱকলৈ আতংকৰ পৰিবেশ দেখা গ'ল শনিবাৰে । আচলতে তামিলনাডুৰ পৰা শেহতীয়াকৈ আহিছিল পাঁচ জন যুৱক ৷ যোৰাবাটৰ মিছিং বস্তিত জয়নাথ দালৈৰ ঘৰত তামিলনাডুৰ পৰা অহা যুৱক কেইজনে আশ্ৰয় লৈছিল ।
কৰ’ণা ভাইৰাছ: পাঁচ যুৱককলৈ আতংক যোৰাবাটৰ মিছিং বস্তিত - তামিলনাডু
তামিলনাডুৰ পৰা অহা পাঁচ যুৱককলৈ আতংকিত এতিয়া যোৰাবাটৰ মিছিং বস্তিৰ লোক ৷
তামিলনাডুৰ পৰা অহা পাঁচ যুৱককলৈ আতংকিত যোৰাবাটৰ মিছিং বস্তি
এই ঘটনাক লৈ আতংকিত হৈ পৰে স্থানীয় লোক সকল । স্থানীয় ৰাইজ, যোৰাবাট আৰক্ষী আৰু সাংবাদিক সকলক তৎপৰতাত তামিলনাডুৰ পৰা অহা পাঁচ যুৱক সোণাপুৰ জিলা চিকিৎসাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
কৰ'ণা আতংকঃ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ
Last Updated : Mar 21, 2020, 5:19 PM IST