সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী সমদল - guwahati
শ্ৰমিকসকলৰ পঞ্জীয়নৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ
![সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী সমদল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2804750-1031-ea7bbd46-aa87-4a56-a08a-2201272881e0.jpg)
সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ
গুৱাহাটী, 26 মাৰ্চঃবিভিন্ন দাবীৰে গুৱাহাটী ক্লাৱৰ পৰা প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত শতাধিক অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ কৰ্মীৰ ৷ সদৌঅসম নিৰ্মাণ শ্ৰমিক সন্থাৰ কৰ্মীসকলে মঙলবাৰে গুৱাহাটী ক্লাৱৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই উলুবাৰীৰ শ্ৰম বিভাগৰ কার্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ