গুৱাহাটী, 23 মাৰ্চ : গুৱাহাটীত সোমবাৰে সম্পূৰ্ণৰূপে অচল হৈ পৰিছে চিটি বাছৰ চলাচল ৷ বহুকেইটা চিটিবাছ সন্থাই যুটীয়াভাৱে দিয়া বন্ধত স্তব্ধ হৈ পৰিছে সকলো চিটিবাছৰ চলাচল ৷
মহানগৰীত সম্পূৰ্ণৰূপে বন্ধ চিটি বাছ সেৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান - বহুকেইটা চিটিবাছ সন্থাই যুটীয়াভাৱে বন্ধৰ আহ্বান জনাইছিল
মহানগৰীত অচল হৈ পৰিছে দোকান-পোহাৰৰ লগতে চিটি বাছ সেৱা ৷ বহুকেইটা চিটিবাছ সন্থাই যুটীয়াভাৱে জনাইছিল বন্ধৰ আহ্বান ৷
![মহানগৰীত সম্পূৰ্ণৰূপে বন্ধ চিটি বাছ সেৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিস্থানো বন্ধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6515678-thumbnail-3x2-ci-2.jpg)
মহানগৰীত অচল চিটি বাছ সেৱা
মহানগৰীত অচল চিটি বাছ সেৱা
আনহাতে, চেম্বাৰছ অফ কৰ্মাচে দিয়া বন্ধ অনুসৰি মহানগৰীত প্ৰায়বোৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিস্থানতে তলা ওলমোৱা দেখা গ'ল ৷ জালুকবাৰীৰ পৰা আৰম্ভ কৰি আৰ. জি. বৰুৱা ৰোডলৈকে দেখা পোৱা গ'ল বন্ধৰ প্ৰভাৱ ৷
আৰু পঢ়ক : কৰ'ণাৰ আতংকঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত স্তব্ধ জন-জীৱন !