অসম

assam

ETV Bharat / city

পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ - পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ 2 লাখ টকাৰ পুৰস্কাৰ

পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ 2 লাখ টকাৰ পুৰস্কাৰ ৷

পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ
পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ

By

Published : Sep 30, 2020, 6:35 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ :পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ 2 লাখ টকাৰ পুৰস্কাৰ ৷ অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত জড়িত পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ দুই লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে । ৰাজ্যৰ নিবনুৱাসকলৰ পৰা সংগৃহীত অনুদানেৰে দুৰ্নীতিবিৰোধী সংগঠনটোৱে সন্ধান দিওতাক এই পুৰস্কাৰ দিব বুলি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে জনায় ।

পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ

ABOUT THE AUTHOR

...view details