অসম

assam

ETV Bharat / city

অসমত ‘CAA’ ৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ অধিবক্তা সন্মিলন - বিজেপিৰ অধিবক্তা সন্মিলনত উপস্থিত আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

অসমত নাগৰিকত্ব সংশোধনী আইন ২০১৯ চমুকৈ ‘কা’ৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ অধিবক্তা সন্মিলন ৷ সন্মিলনত উপস্থিত আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

অসমত ‘CAA’ ৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ অধিবক্তা সন্মিলন
অসমত ‘CAA’ ৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ অধিবক্তা সন্মিলন

By

Published : Feb 9, 2020, 3:43 AM IST

গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃশনিবাৰে গুৱাহাটীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু অসমত ইয়াৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ এক অধিবক্তা সন্মিলন ৷ য’ত উপস্থিত থাকে আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে ৰাজ‍্যিক মুখপাত্ৰ বিজন মহাজনকে ধৰি বহু অধিবক্তা ।

অসমত ‘CAA’ ৰ প্ৰভাৱ সৰ্ম্পকে বিজেপিৰ অধিবক্তা সন্মিলন

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়,‘‘প্ৰতিটো ৰাজনৈতিক দলেই নিজা আদৰ্শৰে পৰিচালিত ৷ আপোনালোকে বিজেপিৰ ইতিহাস চালে গম পাব আমাৰ আদৰ্শ মতেই আমি এই আইন আনিছো । এই আইনখনৰ যুক্তি-যুক্ততা আছে ।’’ লগতে তেওঁ সকলো আইনজীৱিকে এই আইনখনৰ যুক্তি-যুক্ততাক ৰাইজৰ মাজলৈ লৈ যাবলৈ অনুৰোধ জনায় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details