গুৱাহাটী,১৩মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰায় অৰ্ধশতাধিক লোকে বিজেপিত যোগদান কৰে । ইয়াৰ ভিতৰত বিশেষকৈ আছুআৰু কংগ্ৰেছৰ বহুকেইজন প্ৰাক্তন নেতাই যোগদান কৰে বিজেপিত ।
লোকসভা নিৰ্বাচনৰ পূৰ্বে আছু-কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ যোগদান বিজেপিত - বিজেপিৰ মুখ্য কাৰ্যালয়
ৰাজ্যিক সভাপতিৰ অনুপস্থিতিতেই সম্পন্ন বিজেপিত যোগদান কাৰ্যসূচী
হেঙেৰাবাৰীত 50 সদস্যৰ বিজেপিত যোগদান
উল্লেখ্য যে এই যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি উপস্থিত থকাৰ কথা আছিল যদিও শেষত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ আৰু উপসভাপতিৰ উপস্থিতিতেইযোগদান কাৰ্যসূচী সম্পন্ন কৰা হয় ।