অসম

assam

ETV Bharat / city

নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা - কৰনা’ ৰোগী বৃদ্ধি পোৱা নাই

অসমত বিহু অনুষ্ঠিত হ’ব ৷ অসমত লকডাউনৰ কোনো আশংকা নাই ৷ কাৰণ অসমত কোনো ধৰণৰ কৰণা ৰোগী বৃদ্ধি পোৱা নাই : ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা
নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Mar 26, 2021, 2:29 PM IST

গুৱাহাটী,26 মাৰ্চঃ এইবাৰ অসমত বিহু অনুষ্ঠিত হ’ব ৷ অসমত লকডাউনৰ কোনো আশংকা নাই ৷ কাৰণ অসমত কোনো ধৰণৰ কৰণা ৰোগী বৃদ্ধি পোৱা নাই ৷ কৰণাৰ বাবে কলা-কুশলীৰ বহুত ক্ষতি হ’ল বুলি মন্তব্য কৰিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

নিৰ্বাচনী প্ৰচাৰৰ বাবে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অস্থায়ী হেলিপেডত উপস্থিত হোৱা অৱস্থাত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকৰ আগত এন আৰ চি আৰু প্ৰথম পৰ্যায়ৰ আসনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথম পৰ্যায়ত 40 খনৰ পৰা 42 খন আসন পাব বুলি মন্তব্য় কৰে তেওঁ ৷ এন আৰ চিৰ কাম কাজ সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃপ্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details