অসম

assam

ETV Bharat / city

বিহুৰ লগতে জনগোষ্ঠীয় নৃত্যৰে মুখৰিত লতাশিলৰ বাকৰি

গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 68 সংখ্যক ৰঙালী বিহু উদযাপন

উদুলি-মুদুলি লতাশিলৰ বাকৰি

By

Published : Apr 14, 2019, 2:34 PM IST

গুৱাহাটী, 14 এপ্ৰিল : উদুলি-মুদুলি লতাশিলৰ বাকৰি ৷ ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী ৷ প্ৰত্যেক বছৰৰ দৰে এইবেলিও ঐতিহাসিক লতাশিল খেলপথাৰ মুখৰিত হৈ পৰিল বিহুৰ লগতে জনগোষ্ঠীয় নৃত্য-গীতেৰে ৷ গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় 68 সংখ্যক ৰঙালী বিহুৰ |

উদুলি-মুদুলি লতাশিলৰ বাকৰি

পুৱাই লতাশিলৰ বাকৰিত আয়োজিত বিহুতলীত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা ৷

ABOUT THE AUTHOR

...view details