- যিকোনো মুহূৰ্ততে বানত বুৰ যাব পাৰে তীৰ্থনগৰী হাজো ।
- হাজোত বানাক্ৰান্তৰ কাষত ছাত্ৰ সন্থা, প্ৰদান কৰিলে সাহাৰ্য্য ।
- কামৰূপ জিলা ছাত্ৰ সন্থাই বানাক্ৰান্তক লোক সকলৰ মাজত বিতৰণ কৰে চিৰা আৰু চেনী ।
- অতি সোনকালে ৰাইজক সহায় কৰিবলৈ প্ৰশাসন তথা চৰকাৰক আছুৰ দাবী ।
হাজোত বানাক্ৰান্তৰ কাষত আছু - flood
পুঠিমাৰী নৈয়ে ভাঙিলে মাথাউৰি । প্লাৱিত হাজো ৰাজহ চক্ৰ অন্তৰ্গত কচুৰবাৰী গাঁও । সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।
হাজোত বানাক্ৰান্তৰ কাষত আছু