অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন শিল্পী - MBA
এজন অসমীয়া যুৱক ৷ এম বি এ ডিগ্ৰী লাভ কৰিও টেটু শিল্পৰ জড়িয়তে কলা সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছে যুৱকজনে ৷ মহানগৰীৰ এই যুৱকজনৰ নাম ভাগ্যৰাজ বৰুৱা ।
অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন যুৱক
গুৱাহাটী,27জুনঃ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্রিয় হৈছে টেটু। বিভিন্ন ধৰণৰ চাইনীজ,জাপানীজ আৰু পশ্চিমীয়া সংস্কৃতিৰ টেটু জনপ্রিয় হোৱাৰ সময়ত এগৰাকী অসমীয়া যুৱকৰ অসমীয়া বিৰল চানেকি সংস্কৃতিৰে টেটু নিৰ্মাণ। পিচে কোন এই অসমীয়া যুৱক ? অসমীয়া সংস্কৃতিৰে কিদৰে টেটু সাজি উলিয়াই নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন...