অসম

assam

By

Published : Jun 26, 2019, 8:29 PM IST

ETV Bharat / city

তিনিদিনে সন্ধান নাই কণ্ঠশিল্পী পৰশমনিৰ

23 জুনৰ পৰা সন্ধানহীন মহানগৰীৰ যুৱক তথা কণ্ঠশিল্পী পৰশমনি ৷ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ৰ পৰায়ে নিখোজ হৈ আছে যুৱকজন ৷

3 দিন ধৰি সন্ধান নাই কণ্ঠশিল্পী পৰশমনি দাসৰ

গুৱাহাটী,26জুনঃ

  • 3 দিন ধৰি সন্ধান নাই কণ্ঠশিল্পী পৰশমনি দাসৰ
  • 23 জুনৰ পৰা নিখোজ হৈ আছে মহানগৰীৰ ৰূপনগৰৰ যুৱক তথা কণ্ঠশিল্পীগৰাকী
  • বহুদিন ধৰি অৰ্শ ৰোগত ভুগি আছিল যুৱকজন
  • 23 জুনৰ আবেলি দুৰ্বল শৰীৰেৰে ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন
  • ঘৰৰ পৰা যোৱাৰ পৰত ঘৰতে এৰি গৈছিল মোবাইল ফোনটো
  • উল্লেখ্য যে 'ভাড়াঘৰ' নামৰ ধাৰাবাহিকৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছিল পৰশমনিয়ে
    3 দিন ধৰি সন্ধান নাই কণ্ঠশিল্পী পৰশমনি দাসৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details