গুৱাহাটী, 18 জুন : এজাক ধাৰাসাৰ বৰষুণে উদঙালে গুৱাহাটী মহানগৰীৰ আভিজাত্য । পুনৰ পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰীখন । মহানগৰীৰ জুৰোডকে ধৰি চান্দমাৰি, মালিগাঁও আদিৰ ৰাজপথত সৃষ্টি হ'ল কৃত্ৰিম বান । একাঠু পানীৰ মাজত আৱদ্ধ হৈ পৰে শ শ বাহন । মুঠৰ ওপৰত এক ভয়ংকৰ অৱস্থা । কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় বহুকেইটা অঞ্চলত ।
এজাক বৰষুণত ডুবিল গুৱাহাটী, মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন - গুৱাহাটী মহানগৰীৰ আভিজাত্য
এজাক ধাৰাসাৰ বৰষুণে উদঙালে গুৱাহাটী মহানগৰীৰ আভিজাত্য । মহানগৰীৰ জুৰোডকে ধৰি চান্দমাৰি, মালিগাৱঁৰ ৰাজপথত সৃষ্টি হ'ল কৃত্ৰিম বান ।

এজাক বৰষুণত ডুবিল গুৱাহাটী
এজাক বৰষুণত ডুবিল গুৱাহাটী
ইফালে মালিগাঁৱৰ হিলটপ কলনীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । জালুকবাৰী আৰক্ষী থানাৰ পিছফালে পাহাৰৰ মাটি খহি ভাঙিলে কেইবাটাও ঘৰ ।
লগতে পঢ়কঃজলসম্পদ বিভাগৰ গাঁফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি