অসম

assam

ETV Bharat / city

বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি

অসমৰ বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ হেল্থ চিটী হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকী অসুস্থতাৰ বাবে প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷

Archana Mahanta Dies
বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি

By

Published : Aug 27, 2020, 1:37 PM IST

Updated : Aug 27, 2020, 1:56 PM IST

নিউজ ডেস্ক, 27 আগষ্ট : অসমৰ বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ হেল্থ চিটী হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকী অসুস্থতাৰ বাবে প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷

বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি

প্ৰয়াত গায়ক খগেন মহন্তৰ পত্নী আৰু যুৱ চামৰ হাৰ্টথ্ৰব পাপনৰ মাতৃ আছিল অৰ্চনা মহন্ত ৷ অৰ্চনা মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক :অগপৰ একাদশ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিবেশন

Last Updated : Aug 27, 2020, 1:56 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details