1996 চনৰ আজিৰ দিনটোতে মাদ্ৰাজক চেন্নাই নামেৰে নামাকৰণ কৰা হৈছিল । চেন্নাই নামটো তেলেগু মূলৰ লগত সংগতি থকা বাবে তামিলনাডু চৰকাৰে মাদ্ৰাছৰ নামটো সলনি কৰি চেন্নাই নামেৰে নামাংকৰণ কৰে ৷
আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস । 2010 চনত উগাণ্ডাৰ কোপালাত আয়োজিত ৰোম সংবিধানৰ সমীক্ষা সন্মিলনত আজি দিনটো আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হিচাপে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷
1944 চনৰ আজি দিনটোতে ছান ফ্ৰান্সিকোৰ উপকূলৰ সমীপৰ কেল'ফৰ্ণিয়া বন্দৰত যুদ্ধৰ বাবে দুখন জাহাজত কঢ়িয়াই অনা বিস্ফোৰকৰ বিস্ফোৰণত প্ৰায় 320 জন লোকৰ ৷