আন্ত-ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চাইক্লিষ্ট অভিষেক বি গগৈ - Abhikesh B Gogoi got second prize in cycling at specially abled olympic held in dubai
ডুবাইৰ আবুধাবিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিশেষ অলিম্পিকৰ চাইক্লিঙত ৰূপৰ পদক লাভেৰে অসম তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিষেক বি গগৈয়ে ৷ এই প্ৰতিযোগিতাত বিজয়ৰ হাঁহি মাৰি শনিবাৰে স্বগৃহত উপস্থিত হয় ৷
![আন্ত-ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চাইক্লিষ্ট অভিষেক বি গগৈ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2775707-566-5cb78e7b-e255-491a-a1c1-bc2efbf6f683.jpg)
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তান
গুৱাহাটী , 23 মাৰ্চ : পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান ৷ বিশেষবাৱে সক্ষম হৈও অশেষ কষ্ট আৰু সাধনাৰে বিশ্ব দৰবাৰত সাফল্য বুটলিবলৈ সক্ষম হৈছে অভিষেক বি গগৈয়ে ।চলিত মাহৰ 14 তাৰিখৰ পৰা ডুবাইৰ আবুধাবিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিশেষ অলিম্পিকৰ চাইক্লিঙত ৰূপৰ পদক লাভেৰে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিষেক বি গগৈয়ে ৷
আন্ত-ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চাইক্লিষ্ট অভিষেক বি গগৈ
Last Updated : Mar 23, 2019, 7:04 PM IST