অসম

assam

ETV Bharat / city

চৰকাৰলৈ ভাৰতীয় কিষাণ সংঘৰ 6 দাবী - RSSৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘ

গুৱাহাটী প্ৰেছ ক্লাবত RSSৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘই এখন সংবাদমেল সম্বোধন ৷ চৰকাৰলৈ 6 টা দাবী উত্থাপন সংঘৰ ৷

সংবাদমেল সম্বোধন
চৰকাৰলৈ ভাৰতীয় কিষাণ সংঘৰ 6 দাবী

By

Published : Dec 17, 2020, 9:12 AM IST

গুৱাহাটী, 17 ডিচেম্বৰ :বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত RSSৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘই এখন সংবাদমেল সম্বোধন কৰে ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা কৃষি আইনকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সংঘই ৷ সংঘই কৃষি আইন সমৰ্থন কৰিছে যদিও কৃষি বিধেয়ক 2020 সংশোধনীৰ দাবী তুলিলে ৷ ইফালে এই সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত মুঠ 6 টাকৈ দাবী উত্থাপন কৰে ভাৰতীয় কিষাণ সংঘই ৷

চৰকাৰলৈ ভাৰতীয় কিষাণ সংঘৰ 6 দাবী

কৃষক সামগ্ৰীৰ নূন্যতম মূল্য সুনিশ্চিত কৰা, কৃষকৰ সমস্যা সমাধানৰ বাবে জিলা পৰ্যায়ত কৃষি ন্যায়ালয় স্থাপন, কৃষকৰ বাবে চৰকাৰী পৰ্টেল অথবা ৱেবছাইটৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী জনালে সংঘই । লগতে এই দাবীসমূহৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নজৰ ৰাখিব বুলি উল্লেখ কৰে ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সম্পাদক কুমুদ চহৰীয়াই ৷

লগতে পঢ়ক :মালিগাঁও ৰে'লৱে কাৰ্যালয়ৰ পৰা কৰ্তব্যৰত RPF জোৱানক অপহৰণ

ABOUT THE AUTHOR

...view details