অসম

assam

ETV Bharat / city

নিশা দুটাকৈ ভুইকঁপে জোকাৰি গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত - অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্প

নিশা দুটাকৈ ভুইকঁপে জোকাৰি গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ ৪.৪ আৰু ৪.২ ৰিখটাৰ স্কেলৰ ভুইকঁপে জোকাৰিলে ৰাজ্য ৷

অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি
অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

By

Published : Sep 22, 2020, 2:16 AM IST

Updated : Sep 22, 2020, 11:53 AM IST

দক্ষিণ কামৰূপ/আজাৰা, 22 ছেপ্তেম্বৰ : মঙলবাৰে পুৱতি নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তক দুটাকে ভুইকঁপে জোকাৰি যায় ৷ প্ৰথমটো ভুইকঁপ নিশা 1 বাজি 28 মিনিট 31 ছেকেণ্ডত অনুভূত হোৱাৰ বিপৰীতে দ্বিতীয়টো ভুইকঁপ 1 বাজি 28 মিনিট 33 ছেকেণ্ডত অনুভূত হয় ।

অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

এই মৃদু ভুইকঁপৰ প্ৰথমটোৰ ৰিখটাৰ স্কেল 4.4 আৰু দ্বিতীয়টোৰ ৰিখটাৰ স্কেল 4.2 ৷ ভুইকঁপৰ অভিকেন্দ্ৰ বৰপেটা জিলা বুলি সদৰি কৰিছে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৷

নিশা দুটাকৈ ভুইকঁপে জোকাৰি গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত

উল্লেখ্য যে, এসপ্তাহ পূৰ্বেও 5.3 প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৷

লগতে পঢ়ক :আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

Last Updated : Sep 22, 2020, 11:53 AM IST

ABOUT THE AUTHOR

...view details