পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটী কৰ্মাচ কলেজে - গুৱাহাটী কমাৰ্চ কলেজ
তিনিগৰাকী শিক্ষাৰ্থীৰ স্থান লাভেৰে উজলি উঠিল গুৱাহাটী কমাৰ্চ কলেজ ৷
![পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটী কৰ্মাচ কলেজে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3381900-thumbnail-3x2-mklk.jpg)
পূৰ্বৰ গৰিমা অক্ষুণ্ণ গুৱাহাটী কৰ্মাচ কলেজৰ
গুৱাহাটী, 25 মে' : পূৰ্বৰ সফলতাৰ ধ্বজা বজাই ৰাখি জিলিকিছে গুৱাহাটী কমাৰ্চ কলেজ । কলেজখনৰ তিনিগৰাকী কীৰ্তমান শিক্ষাৰ্থীৰ স্থান দখলে কৰি পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিছে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনলৈ ৷
পূৰ্বৰ গৰিমা অক্ষুণ্ণ গুৱাহাটী কৰ্মাচ কলেজৰ