ETV Bharat / city
কেন্দ্ৰীয় বাজেট 2020 : ৰাজ্যৰ উদ্যোগীৰ প্ৰতিক্ৰিয়া - নিৰ্মলা সীতাৰমণ
শনিবাৰে সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ 2020-21 বাজেটৰ অন্তত ফাইনাৰৰ সভাপতি পৱিত্ৰ বুঢ়াগোহাঁই আৰু কোষাধক্ষ্য সন্দীপ খতিয়ানৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ।
বাজেটৰ অন্তত বিভন্ন মহলৰ প্ৰতিক্ৰিয়া
By
Published : Feb 1, 2020, 5:01 PM IST
| Updated : Feb 1, 2020, 5:14 PM IST
- বাজেট সমাপ্তৰ পাচত ফাইনাৰৰ বিষয়ববীয়াৰ বাজেট সম্পৰ্কে বিশ্লেষণ
- কৰ্পৰেট কোম্পানী সমূহৰ ক'ৰ নীতিত বহু সাল-সলনি
- বাজেটৰ বহুত কথা স্পষ্ট নহয়
- গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ
- বাজেটৰ কৃষি বিভাগ নতুন আঁচনি সমূহৰ বাবে উত্তৰপূৰ্বাঞ্চল উপকৃত হ’ব
- কঠিন সময়ত দীৰ্ঘম্যাধি হিচাপে এইখন ভাল বাজেট
Last Updated : Feb 1, 2020, 5:14 PM IST