নিউজ ডেস্ক,9 মাৰ্চ:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 27 মাৰ্চত ৷ আনহাতে, মঙলবাৰে অন্ত পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী - 17 women candidates in fray for the first phase of election
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী ৷ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুৰলতা ডেকা, সুৰভী ৰাজকুঁৱৰী, নন্দিতা গাৰ্লোচা আৰু অজন্তা নেওগে ৷
![প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10941792-thumbnail-3x2-women.jpg)
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী
সেই অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 17 গৰাকী মহিলা প্ৰাৰ্থীয়ে ৷ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুৰলতা ডেকা, সুৰভী ৰাজকুঁৱৰী, নন্দিতা গাৰ্লোচা আৰু অজন্তা নেওগে ৷
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ জয়ৰ কামনাৰে বন্তি প্রজ্বলন মাজুলীবাসী