বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী
বিগত 24 ঘণ্টাত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হয় প্ৰায় 276 গৰাকী ব্যক্তি ৷ বিপৰীতে আৰোগ্য লাভ কৰে 365 গৰাকীয়ে ৷ কামৰূপ(ম), কামৰূপ(গ্ৰাম্য) আৰু বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷
পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা
ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাক লৈ আনন্দিত সাধাৰণ ৰাইজ ৷ অসমত পেট্ৰ’লত 7 টকা আৰু ডিজেলত 12 টকাকৈ হ্ৰাস পাইছে ৷
দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !
কিমান ভয়াৱহ দৰিদ্ৰতা(Poverty) ? দৰিদ্ৰতাই কিমান তললৈ নিব পাৰে এজন লোকক? এটা চাকৰি আৰু অকণমান আশ্ৰয়ৰ বিনিময়ত নিজ শৰীৰৰ অমূল্য অংগ দান কৰিবলগীয়া হৈছে এজন লোকে ৷ কিন্তু মূল্যৱান সম্পদৰ বিনিময়ত তেওঁ লাভ কৰিলে প্ৰতাৰণা ৷
কোকৰাঝাৰত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় কবি সন্মিলন
শান্তিৰ বাৰ্তা প্ৰেৰণক লক্ষ্য হিচাপে লৈ কোকৰাঝাৰত আন্তৰাষ্ট্ৰীয় কবি সন্মিলনৰ যো-জা ৷ উপস্থিত থাকিব আমেৰিকা, ইংলেণ্ড, বাংলাদেশ, নেপাল আদিকে কৰি বিভিন্ন দেশৰ কবি-মহাকবিসকল ৷
গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা AC electric traction প্ৰৱৰ্তনত অনুমোদন
গুৱাহাটী ষ্টেচনৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূৱৰ ৰাজধানী এক্সপ্ৰেছ আৰু তেজছ ৰাজধানী এক্সপ্ৰেছৰ দৰে ৰে’লসমূহ এতিয়া গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে মুম্বাই, চেন্নাই, কলকাতা আদিৰ দৰে অন্যান্য চহৰলৈ বৈদ্যুতিক ট্ৰেক্সনত চলিব পাৰিব ।