অসম

assam

ETV Bharat / city

দুলীয়াজানৰ অস্থায়ী ক'ভিড কেন্দ্ৰ পৰিদৰ্শন বিধায়ক তেৰচ গোৱালাৰ - বিধায়ক তেৰচ গোৱালা

দুলীয়াজানৰ অস্থায়ী ক'ভিড কেন্দ্ৰত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক তেৰচ গোৱালাই ।

terosh gowalla
দুলীয়াজানৰ অস্থায়ী ক'ভিড কেন্দ্ৰ পৰিদৰ্শন বিধায়ক তেৰচ গোৱালাৰ

By

Published : May 30, 2021, 2:23 PM IST

মৰাণ,৩০ মে': ডিব্ৰুগড়ৰ তৈল নগৰী দুলীয়াজানত ক'ভিডে ভয়ানক ৰূপ ধাৰণ কৰিছে । চহৰখনৰ চাহ বাগিচা এলেকাত বিশেষকৈ ক'ভিড ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে । শনিবাৰে দুলীয়াজান অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী ক'ভিড কেন্দ্ৰত গৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয় দুলীয়াজানৰ বিধায়ক তেৰচ গোৱলাই ।

দুলীয়াজানৰ অস্থায়ী ক'ভিড কেন্দ্ৰ পৰিদৰ্শন বিধায়ক তেৰচ গোৱালাৰ

লগতে কোনো এজন ৰোগীয়ে যাতে খাদ্য সামগ্ৰীৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে বিধায়কজনে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিডৰ সংক্ৰমণ ।

দুলীয়াজানৰ অস্থায়ী ক'ভিড কেন্দ্ৰ পৰিদৰ্শন বিধায়ক তেৰচ গোৱালাৰ

লগতে পঢ়ক:বিদ্যুৎপৃষ্ট হৈ নিহত লক্ষ্যজিৎ গগৈৰ বাসগৃহত মন্ত্ৰী যোগেন মহন

ABOUT THE AUTHOR

...view details