অসম

assam

By

Published : Dec 5, 2020, 11:18 AM IST

ETV Bharat / city

ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় । ইতিমধ্যে বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ আৰু ডিব্ৰুগড় জিলা প্ৰশাসন ।

অধিগৃহীত ভূমিৰ গৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ
ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

মৰাণ, 5 ডিচেম্বৰ :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় । ইতিমধ্যে বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ আৰু ডিব্ৰুগড় জিলা প্ৰশাসন ।

ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বালিজান পানীএৰা গাঁৱত স্থাপন হ'বলগীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে অধিগৃহীত ভূমিৰ বিপৰীতে ভূমিৰ গৰাকীক ক্ষতিপূৰণ আদায় প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুকুৰবাৰে শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

উপায়ুক্ত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই প্ৰক্ৰিয়া পৰৱৰ্তী পৰ্যায়তো অব্যাহত থাকিব বুলি প্ৰশাসন তৰফৰ পৰা জানিবলৈ দিয়ে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

লগতে পঢ়ক :চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details