- ৰাজ্যৰ কেবাখনো জিলাৰঅভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ সালসলনি
- চৰকাৰৰ কাম কাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে লৈছে এই সিদ্ধান্ত
- সেইমৰ্মে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হ’ল যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক (Ranjeet Kumar Dass new Guardian Minister of Dibrugarh)
- পুৰ্বে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ ঠাইত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দায়িত্ব প্ৰদান
- ৰণজিৎ কুমাৰ দাস ডিব্ৰুগড়ৰ ওপৰিও তিনিচুকীয়া, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থাকিব অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক
অভিভাৱক মন্ত্ৰী হিচাপে ডিব্ৰুগড়ৰ দায়িত্ব প্ৰদান যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক - বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী
ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হ’ল যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৷ মন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ ওপৰিও তিনিচুকীয়া, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থাকিব (Ranjeet Kumar Dass new Guardian Minister of Dibrugarh) ৷
![অভিভাৱক মন্ত্ৰী হিচাপে ডিব্ৰুগড়ৰ দায়িত্ব প্ৰদান যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক Ranjit Kumar Das is new Guardian Minister of Dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16263728-thumbnail-3x2-nb.jpg)
অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক