অসম

assam

By

Published : May 1, 2021, 2:21 PM IST

ETV Bharat / city

মৰাণত ভেকচিনৰ বাবে 45 বছৰ উৰ্দ্ধৰ ব্য়ক্তিৰ ব্য়াপক ভীৰ

মৰাণত কৰ'ণা প্ৰতিষেধক ল'বলৈ হাহাকাৰ ৰাইজৰ ৷ পুৱাৰ পৰাই মৰাণ ৰাজ্যিক চিকিৎসালয়ত লানি নিচিগা ভিৰ ৷

মৰাণত ভেকচিনৰ বাবে ব্য়াপক ভীৰ 45 বছৰ উৰ্ধ্বৰ ব্য়ক্তিৰ
মৰাণত ভেকচিনৰ বাবে ব্য়াপক ভীৰ 45 বছৰ উৰ্ধ্বৰ ব্য়ক্তিৰ

মৰাণ, 1 মে' :মৰাণত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । ক'ভিড-19 ৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগে লগেই মৰাণৰ ৰাইজৰ মাজত ক'ভিড প্ৰতিষেধক ল'বলৈ হেতাওপৰা লাগিছে । মৰাণ ৰাজ্যক চিকিৎসালত প্ৰতিদিনেই প্ৰতিষেধক ল'বলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

মৰাণত ভেকচিনৰ বাবে ব্য়াপক ভীৰ 45 বছৰ উৰ্ধ্বৰ ব্য়ক্তিৰ

৪৫ বছৰ উৰ্দ্ধৰ পুৰুষ মহিলা সকলোৱে শনিবাৰে পুৱাৰে পৰা মৰাণ ৰাজ্যিক চিকিৎসালয়ত শাৰী পাতি থাকি ক্ষোভ প্ৰকাশ কৰে ৷ তিনিদিন পৰ্যন্ত শাৰী পাতি ৰাজ্যিক চিকিৎসালয়ত প্ৰতিষেধক ল’ব নোৱাৰাৰ পাছতো কৰ'ণাৰ পৰা বাচিবলৈ পুৱাৰে পৰা মৰাণৰ ৰাইজে মাস্ক লগাই মৰাণ ৰাজ্যিক চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ক'ভিড পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details