ডিব্ৰুগড়,13মাৰ্চ: ডিব্ৰুগড়ত সক্ৰিয় হৈ আছে আলফা । বুধবাৰে লাহোৱালত আটক হয় এটা আলফাৰ লিংকমেন । ৰহমৰীয়াৰ অনুপ গগৈ নামৰ এজন যুৱকজনক আলফাৰ লিংকমেনৰ অভিযোগত আটক কৰে আৰক্ষীয়ে ৷ধৃত অনুপ গগৈৰ ঘৰ ৰহমৰীয়াৰ খাগৰিজান মাইজানত ।