মাহমৰা,27 মাৰ্চঃ ১০৫ নং মাহমৰা সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী মাণিক গগৈয়ে ভোটদান কৰে খামন পহুচুঙী মজলীয়া বিদ্যালয়ৰ ভোটকেন্দ্ৰত । ভোটদান কৰি এজেপিৰ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ ৰাজ্যত জাতীয়তাবাদৰ চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰে ।
মাহমৰাৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান - পহুচুঙী মজলীয়া বিদ্যালয়
১০৫ নং মাহমৰা সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান ৷ চৰাইদেউ জিলাত ৰাইজৰ দলক বিজেপিৰ বি টীম আখ্যা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মাণিক গগৈৰ ৷
![মাহমৰাৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান মাহমৰাৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11176650-thumbnail-3x2-aaa.jpg)
মাহমৰাৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান
মাহমৰাৰ প্ৰাৰ্থী মাণিক গগৈৰ ভোটদান
ভোটকেন্দ্ৰত প্লাষ্টিকৰ পলিথিনৰ ব্যৱহাৰৰ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে এজেপিৰ প্ৰাৰ্থী মাণিক গগৈয়ে । আনহাতে চৰাইদেউ জিলাত ৰাইজৰ দলক বিজেপিৰ বি টীম আখ্যা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মাণিক গগৈৰ ।