ডিব্ৰুগড়, 2 জুলাই : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপকধ্ৰুৱজ্যোতি চৌধুৰীৰ নিলৰ্জ কাণ্ড ৷ নিজৰ অশ্লীল ভিডিঅ' পৰ্ণ ছাইটত আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰৰ ভিত্তিতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক ।