ডিব্ৰুগড়, 1 মে' :সমগ্ৰ দেশতে চলিছে কৰ’ণাৰ ভয়াৱহ দ্বিতীয় ঢৌ ৷ শনিবাৰে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ নাজিৰাৰ এজন ব্যক্তিৰ মৃত্যু হয় ।
কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত এজনৰ মৃত্যু - assam covid situation
ৰাজ্য়জুৰি অব্য়াহত কৰ’ণাৰ বিভীষিকা ৷ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত নাজিৰাৰ এগৰাকীৰ ব্যক্তিৰ মৃত্যু ৷

কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ত এজনৰ মৃত্যু
ৰহমান উপাধিৰ ব্যক্তিজন নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ বুলি জানিহ পৰা গৈছে ৷ উল্লেখ্য যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল ৫৩ বছৰ ।
লগতে পঢ়ক :লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ