অসম

assam

ETV Bharat / city

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধনহীন যুৱক ৷ SDRF বাহিনীৰ উদ্ধাৰ অভিযান ৷

By

Published : Oct 18, 2020, 6:27 PM IST

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক
ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

ডিব্ৰুগড়, 18 অক্টোবৰ : ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন । ৰাজ তুচাৰ নামৰ এজন যুৱক সন্ধনহীন মহাবাহুৰ বুকুত ৷ ৰাতিপুৱা গা ধুবলৈ গৈ পানীত নিখোজ হৈ পৰে যুৱকজন ৷ ডিব্ৰুগড় ছুপাৰ মাৰ্কেটত কৰ্মৰত আছিল যুৱক জন । SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই যুৱকজনৰ ।

ABOUT THE AUTHOR

...view details