Congress president election: অসমৰ ২৮৯ প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ
সকলো প্ৰতিনিধিক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Pradesh Congress President Bhupen Bora)। সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan in Guwahati) অসমৰ প্ৰদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে ভোটদান কৰিব ।
Brutal Incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক
বীৰভূমৰ ৰামপুৰহাটত অমানুষিক ঘটনা (Birbhum brutal case) ৷ সহযাত্ৰীক গতিয়াই দিলে চলন্ত ৰেলৰ পৰা ৷ হাওৰা-মালদা টাউন ইন্টাৰচিটি এক্সপ্ৰেছত সংঘটিত হৈছে এই নৃশংস ঘটনা (Howrah Malda Town Intercity Express) ৷
Chardham Yatra Record : ১৫ লক্ষাধিক তীৰ্থযাত্ৰীৰ কেদাৰনাথ দৰ্শন
উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা সমাপ্তিৰ পথত (Chardham Yatra in Uttarakhand) । কেদাৰনাথ ধামৰ বিষয়ে ক'বলৈ গ'লে, এইবাৰ এক নতুন অভিলেখ সৃষ্টি হৈছে । প্ৰথমবাৰৰ বাবে কোনো এক ভ্ৰমণ ঋতুত 15 লাখ তীৰ্থযাত্ৰী কেদাৰনাথ ধামত উপস্থিত হৈছে । যিটো এটা নতুন ৰেকৰ্ড । অৱশ্যে এই তাৰ্থযাত্ৰা শে। হ'বলৈ এতিয়াও ১০ দিন বাকী আছে । এনে পৰিস্থিতিত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
Terminated teacher to protest : ত্ৰিপুৰাত অনশনত বহিব ১০ সহস্ৰাধিক শিক্ষক
পুনৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা (Terminated teacher to protest in Tripura)। চৰকাৰে বৰ্খাস্ত কৰা শিক্ষকৰ বাবে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে শিক্ষক সমাজ । ২০ অক্টোবৰৰ পৰা অনশন কাৰ্যসূচীৰ ঘোষণা বঞ্চিত শিক্ষকৰ ।
Digital Banking Unit : দেশত মুকলি ৭৫ টা ডিজিটেল বেংকিং ইউনিট
দেশত মুকলি ৭৫ টা ডিজিটেল বেংকিং ইউনিট (75 digital banking units inaugurates)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ডিজিটেল বেংকিং ইউনিটকেইটা । ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ অংশ হিচাপে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে দেশৰ বিভিন্ন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ।
Sankaradeva birth anniversary: তামুলপুৰত শংকৰদেৱৰ জন্মজয়ন্তী পালন