Term of President Ram Nath Kovind: ৫ বছৰীয়া কাৰ্যকালত ২০৩ৰো অধিক বিধেয়কত সন্মতি দিছে ৰাষ্ট্ৰপতি কোবিন্দে
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ কাৰ্যকালত ২০৩ৰো অধিক বিধেয়কত সন্মতি প্ৰদান কৰিছে (Ram Nath Kovind gave assent to over 203 bills) যদিও আজিলৈ তাৰ বহুখিনিয়ে কাৰ্যকৰী হোৱা নাই । বহুকেইখন বিধেয়ক এতিয়াও আইনৰ ৰূপান্তৰিত হোৱা নাই । ৰামনাথ কোবিন্দে সন্মতি দিয়া তিনিখন বিতৰ্কিত কৃষি আইন পৰৱৰ্তী পৰ্যায়ত বাতিল কৰা হয় । নাগৰিকত্ব সংশোধনী বিধেয়ক আজিও কাৰ্যকৰী হোৱা নাই ।
ByeByeModi hoarding in UPs Prayagraj: প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি লিখা হ’ৰ্ডিং সন্দৰ্ভত পাঁচজনক গ্ৰেপ্তাৰ
শনিবাৰে উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লিখা এখন হ’ৰ্ডিঙক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় (ByeByeModi hoarding in UPs Prayagraj) ৷ আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান চলাই ইতিমধ্যে পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে (Uttar Pradesh Police arrested five persons) ৷
Oil spills at Moran: ডিব্ৰুগড়তো ঘটিব নেকি বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা !
মৰাণতো বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা হোৱাৰ সম্ভাৱনা । মৰাণ-হিংৰিজান পথত অইলৰ পাইপ ফাটি অহৰহ নিগৰিছে তেল (Oil spills at Moran)। ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈছে অঞ্চলবাসী ৷ ইফালে অইলৰ অসাৱধানতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷
The Great Khali: গ্ৰেট খালীৰ বিৰুদ্ধে টোল প্লাজাৰ কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ; ভাইৰেল হৈছে ভিডিঅ’
বিশ্বব্যাপী দ্য গ্ৰেট খালী নামেৰে পৰিচিত WWE-ৰ প্ৰাক্তন মল্লযুঁজাৰু ডালিপ সিং ৰানাই তেওঁৰ এজন সহকৰ্মীক প্ৰহাৰৰ অভিযোগ উত্থাপন কৰি এখন টোল প্লাজাৰ কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীক দাখিল কৰিলে এজাহাৰ (The Great Khali lodged a police complaint against toll plaza employees) ।
Girl Empowerment Campaign: এনটিপিচিৰ উদ্যোগত বালিকা সৱলীকৰণ অভিযান
কোকৰাঝাৰত মাহজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় বালিকা সৱলীকৰণ অভিযান(জেম)২০২২ (Girl Empowerment Campaigning) ৷ এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত স্থানীয় ১০ খন বিদ্যালয়ৰ ৪০ গৰাকীকৈ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বালিকা সৱলীকৰণ অভিযানত ৷