ধুবুৰীত বসন্ত উৎসৱ - ফাকুৱা
বহু কেইটা সাংস্কৃতিক দলৰ নৃত্যানুষ্ঠানে মুগ্ধ কৰে উপস্থিত ৰাইজক ৷
![ধুবুৰীত বসন্ত উৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2762294-940-2bfe6b79-12b1-42a1-824f-03aa753a9e0b.jpg)
ধুবুৰীত বসন্ত উৎসৱ
ধুবুৰী,২২ মাৰ্চ: ধুবুৰীৰ চেতনা সমাজ কল্যাণ আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত ৰঙৰ উৎসৱ ফাকুৱাৰ সন্ধিয়া বসন্ত উৎসৱ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
ধুবুৰীত বসন্ত উৎসৱ