বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি
হঠাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা (Sick Satradhikar Basistha Dev Sarma) ৷ বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকী ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান
"জিছকা জলৱা কায়ম হ্যেয়, উসকা নাম মুলায়ম হ্যেয়" দেশবাসীক কন্দুৱাই ইহসংসাৰৰ পৰা মেলানি মাগিলে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে (Mulayam singh yadav death)৷
ত্ৰিপুৰাত পুনৰ স্পষ্ট আভ্যন্তৰীণ সংঘাত
১৬ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতিত ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা সমবায় মন্ত্ৰী ৰাম প্ৰসাদ পলৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ পাছতে দলটোৰ কৰ্ম-কাণ্ডত হতাশা ব্যক্ত কৰিছে ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Senior Tripura BJP leader and Cooperative Minister Ram Prasad Paul) ৷
চলিত সপ্তাহত কৰ্ণাটক হিজাব বিতৰ্কৰ ৰায়ৰ সম্ভাৱনা ছুপ্ৰিম কোৰ্টৰ
দেশৰ শীৰ্ষ ন্যায়ালয়ত (Supreme Court of India) যুক্তি-তৰ্কৰ সময়ত আবেদনকাৰীসকলৰ হৈ উপস্থিত হোৱা কেইবাজনো পৰামৰ্শদাতাই জোৰ দিয়ে যে মুছলমান ছোৱালীবোৰক শ্ৰেণীকোঠালৈ হিজাব পিন্ধি আহাত বাধা দিয়াটোৱে তেওঁলোকৰ শিক্ষা বিপদত পেলাব (Hijab controversy in Karnataka) । কিয়নো তেওঁলোকে শ্ৰেণীত উপস্থিত থকাটো বন্ধ কৰিব পাৰে ।
ৰাজনৈতিক নেতাৰ অপৰাধ ৱেবছাইটত প্ৰকাশৰ আবেদন খাৰিজ ছুপ্ৰিম কোৰ্টৰ
উচ্চতম ন্যায়ালয়ে (Supreme Court of India) সোমবাৰে উক্ত আবেদন বাতিল কৰে য'ত নিৰ্বাচন আয়োগক (Election Commission of India) এইটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল যাতে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ চৰকাৰী ৱেবছাইটত প্ৰাৰ্থীৰ অপৰাধমূলক গোচৰ সম্পৰ্কীয় বিৱৰণ প্ৰকাশ কৰে ।