শিশুসহ 34 গৰাকী নিৰীহক হত্যা কৰি আত্মহত্যা ঘাতকৰ
থাইলেণ্ডৰ নাৰ্চাৰীত দুৰ্বৃত্তৰ গুলীচালনা ৷ এই গুলীচালনাত অভিযুক্ত লোকজন প্ৰাক্তন আৰক্ষী বিষয়া পানিয়া খামৰাব বুলি জানিব পৰা হৈছে(Thiland former police officer killed several) ৷ ২০২১ চনত ড্ৰাগ পৰীক্ষাত বিফল হোৱাৰ বাবে আৰক্ষীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল খামৰাব (Thailand mass shooting accused) ।
Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ১২ ঘণ্টা পিছত এগৰাকী দুবছৰীয়া কন্যাশিশুক তেওঁৰ মৃত মাতৃৰ বুকুৰ মাজত সুৰক্ষিতভাৱে থকা অৱস্থাত পোৱা যায় (2 years kid Miraculous escape from accident) ।
সোপাধৰাৰ সন্দেহত তিনিগৰাকী সাধুক গণপ্ৰহাৰ
দেশত সোপাধৰাৰ আতংক (Mob lynching case in India) ৷ সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈছে তিনিগৰাকী সাধু ৷ এই ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ চাৰোদা অঞ্চলত ৷
আয়োজকৰ মাজত কাজিয়া : দশেৰাত নজ্বলিল ৰাৱণ
পূজাৰ আনন্দোল্লাস মাজত বুধবাৰে বিজয়া দশমীৰ দিনা দেশজুৰি পালন কৰা হ’ল ৰাৱণ দাহনৰ পৰ্ব (Dussehra Ravan Dahan 2022) ৷ উত্তৰাখণ্ডৰ আলমেৰাৰ 150 বছৰ গৰকা দশেৰা উৎসৱত নজ্বলিল ৰাৱণ (Ravana effigy did not burn in Almora ) ৷
নিলম্বন কৰা হ’ল মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক
অকালতে হেৰাই গ’ল মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজশ্বীতা বৰুৱা ৷ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত শিল্পীগৰাকীৰ মৃত্যু হৈছিল । উপযুক্ত চিকিৎসাৰ অভাৱতে তেজশ্বীতা মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে এই ঘটনাৰ পাছতে নিলম্বন কৰা হৈছে চিকিৎসাখনৰ অধ্যক্ষ ডঃ অমূল্য গোস্বামীক (Majuli Garhmur hospital superintendent suspended) ৷