অসম

assam

ETV Bharat / city

চাপৰত আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক সদনত গৃহীত হোৱাৰ বাবে এই বিজয়োল্লাস পালন কৰে কোঁচ-ৰাজবংশীয় লোকসকলে ।

By

Published : Sep 4, 2020, 3:17 AM IST

চাপৰত আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী
চাপৰত আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী

পূৱ বিলাসীপাৰা, 3 ছেপ্টেম্বৰ : কমতাপুৰ স্বায়ত্ব পৰিষদ বিধান সভাত গৃহীত হোৱাৰ লগে লগে বিলখনক লৈ আনন্দৰ জোৱাৰ উঠিছে নামনি অসমত ৷ বিশেষকৈ নামনি অসমৰ কোচ-ৰাজবংশী জাতীয় সংগঠনসমুহে বিশেষভাৱে আদৰি লোৱা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰৰ নামনি অসমৰ পূৱ বিলাসীপাৰাৰ বহলপুৰ, চৈৱাৰী আদি ঠাইত কোচ-ৰাজবংশীৰ জাতীয় সংগঠন আক্ৰাছুয়ে আদৰি লৈছে কমতাপুৰ স্বায়ত্ব পৰিষদ ৷ তাৰে অংশ হিচাপে আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী দেখিবলৈ পোৱা গৈছে ৷ আক্ৰাছু জিন্দাবাদ আদি বিভিন্ন শ্লোগান দিয়ে আক্ৰাছু নেতা কৰ্মীয়ে । তাৰ লগে লগে জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবী পুৰণ কৰিবলৈ চৰকাৰক দাবী জনায় আৰু যেতিয়া লৈ এই মূল দাবীসমূহ পুৰণ নহয় তেতিয়ালৈ আন্দোলন চলাই যাব বুলি প্ৰকাশ কৰে ।

চাপৰত আক্ৰাছুৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে এতিয়া আবতৰীয়া দিপাৱলী

লগতে পঢ়ক :সদনত গৃহীত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details