বিজনেছ ডেস্ক, 24 এপ্ৰিল : শুকুৰবাৰে ছেনচেক্স 536 পইন্ট অৱনমিত হয় ৷ কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ ফলত অৰ্থনীতি সংকটজনক হৈ পৰাৰ সময়তে এনেদৰে ছেনচেক্স অৱনমিত হয়
536 পইন্ট অৱনমিত হ'ল ছেনচেক্স - কৰ'ণা ভাইৰাছ
শুকুৰবাৰে 536 পইন্ট অৱনমিত হ'ল ছেনচেক্স ৷

536 পইন্ট অৱনমিত হ'ল ছেনচেক্স
উল্লেখ্য যে, বহু খুচুৰা বিনিয়োগকাৰী আৰু high net worth individuals (HNIs) য়ে ইয়াত বিনিয়োগ কৰে ৷ BSE Sensex 535.86 লৈ নমাৰ লগতে NSE নিফ্টী 159.50 লৈ অৱনমিত হয় ৷