নিউজ ডেস্ক, 3 জুলাইঃ দেশত পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থকাৰ সময়ত ছেনচেক্সৰ বিনিয়োগকাৰী সকললৈ আহিছে আশাৰ বতৰা । শুকুৰবাৰে দিনটোত ছেনচেক্স 178 পইন্টৰ বৃদ্ধি দেখা পোৱা যায় । 177.7 পইণ্ট বৃদ্ধিৰে ছেনচেক্স উপনীত হয় 36,110.21 পইণ্টত । এই উন্নতিৰ হাৰ হৈছে 0.50 শতাংশ ।
ছেনচেক্সত বৃদ্ধি 178 পইন্টৰ - ছেনচেক্সত বৃদ্ধি 178 পইন্ট
শুকুৰবাৰে দিনটোত ছেনচেক্সত বৃদ্ধি হয় 178 পইন্টৰ । 177.7 পইণ্টৰ বৃদ্ধিৰে ছেনচেক্স উপনীত হয় 36,110.21 পইণ্টত । এই উন্নতিৰ হাৰ 0.50 শতাংশ ।

ছেনচেক্সত বৃদ্ধি 178 পইন্ট
ছেনচেক্সত বৃদ্ধি 178 পইন্ট
ইপিনে নিফটিৰো উত্তৰণ হয় 0.56 শতাংশ । সপ্তাহটোৰ শেষত নিফটিৰ সামৰণি পৰে 10,607.35 ত ।