- বৃহস্পতিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম ৷
- পেট্ৰলত 15 পইচাকৈ হ্ৰাস হোৱাৰ বিপৰীতে ডিজেলত হ্ৰাস পালে 09 পইচা ৷
- বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য 72.39 টকা আৰু ডিজেলৰ মূল্য 67.03 টকা ৷ বৃহস্পতিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য
আজি গুৱাহাটীত কমিলনে ইন্ধনৰ দাম? - diesel
ইটিভি ভাৰতে প্ৰতিদিনে আপোনাক জনাই আহিছে গুৱাহাটীত ইন্ধনৰ দামৰ খবৰ ৷ বৃহস্পতিবাৰে মহানগৰীত পুনৰ হ্ৰাস পায় পেট্ৰ'ল আৰু ডিজেলৰ দাম ৷

etv Bharat