ধেমাজি, ৪ জুন : ধেমাজিত পুনৰ ছয়গৰাকী লোকৰ দেহত চিনাক্ত কৰা হয় কোভিড ১৯ৰ অৱস্থিতি । কোভিড১৯ ত আক্ৰান্ত আটাইকেইজন ক্ৰমে চেন্নাই, অন্ধ্ৰপ্ৰদেশ, হায়দৰাবাদ আৰু তেলেংগানাৰ পৰা আহিছিল ৷ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত আছিল লোককেইজন ৷ বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজনকে ৷
ধেমাজিত পুনৰ ৬ জন আক্ৰান্ত কোভিড-১৯ত - Covid 19
চেন্নাই, অন্ধ্ৰপ্ৰদেশ, হায়দৰাবাদ আৰু তেলেংগানাৰ পৰা আহিছিল আটাইকেইজন ।
six more person positive of covid-19 in dhubri
ধেমাজিত মুঠ ২৫ জন লোকৰ শৰীৰত চিনাক্ত হৈছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মঙলবাৰলৈকে ইয়াৰে ৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে । প্ৰশাসনে ইতিমধ্যে আৰোগ্য লাভ কৰাসকলক প্ৰেৰণ কৰিছে নিজ নিজ ঘৰলৈ ৷