নতুন দিল্লী, ৭ মে':বুধবাৰে পাঞ্জাৱ নেশ্য়নেল বেংকৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত সৰু আৰু মধ্যমীয়া উদ্যোগ চমুকৈ MSMEs ৰ তৰলিকৃত সমস্যা (liquidity issues) সমূহ আঁতৰ কৰাৰ বাবেই জৰুৰীকালীন ক্ৰেডিড লাইনৰ মুকলি কৰে পাঞ্জাৱ নেশ্যনেল বেংকে । help
এইটোৱে MSMEৰ ঋনগ্ৰহণকাৰীৰ বাবে কাৰ্যনিৰ্বাহী মূলধন মূল্যায়ন মেডেলক (working capital assessment (LWCA) model) পাঁচ কোটি বা তাতকৈ অধিক সীমাবদ্ধত উদাৰতা (liberalised) প্ৰদান কৰিছে বুলি কোৱা হৈছে । ৰাজ্যিক মালিকাধীন লেণ্ডাৰে মাইক্ৰ', ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগৰ সমস্যা সমূহ সমাধানৰ বাবে উদ্যোগ সংস্থা পিএইজডি চেম্বাৰৰ সৈতে আয়োজিত এখন ৱেবিনাৰত এই কথা উল্লেখ কৰে । (state-owned lender said at a webinar hosted with industry body PHD Chamber to address the issues of micro, small and medium enterprises)