হোণ্ডাইয়ে 10 হাজাৰ কৰ্মচাৰীক দিছে বিশেষ প্ৰশিক্ষণ - etv bharat
হোণ্ডাই মটৰ ইণ্ডিয়াই 10,000 জন পেছাদাৰী লোকক বিশেষ প্ৰশিক্ষণ দি আছে৷ গোলকীয় সংযোগ প্ৰযুক্তিৰ বিষয়ত কৰ্মচাৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

হিউণ্ডাইয়ে 10 হাজাৰ কৰ্মচাৰীক দিছে বিশেষ প্ৰশিক্ষণ
নিউজ ডেস্ক, 10 এপ্ৰিলঃ হোণ্ডাই মটৰ ইণ্ডিয়াই মঙলবাৰে সদৰী কৰে যে, এই উদ্যোগে 10,000 জন পেছাদাৰী লোকক বিশেষ প্ৰশিক্ষণ দি আছে৷ গোলকীয় সংযোগ প্ৰযুক্তিৰ বিষয়ত কৰ্মচাৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ কোম্পানীটোৰ নতুনকৈ আহিবলগীয়া এচ ইউ ভি 'ভেন্যু' ৰ বাবেই কৰ্মচাৰীসকলক এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷