অসম

assam

ETV Bharat / business

আজি 186.27 পইণ্ট স্পৰ্শ কৰে চেনচেস্কে - etv bharat

মোডীৰ দ্বিতীয়টো কাৰ্যকালত ক্ৰমাৎ উত্থান হৈছে ষ্টক বজাৰৰ

আজি 186.27 পইণ্ট স্পৰ্শ কৰে চেনচেস্কে

By

Published : May 31, 2019, 10:30 AM IST

মুম্বাই, ৩১ মে': নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণৰ পিচতে পুনৰ উত্থান চেনচেস্কৰ । শুকুৰবাৰে চেনচেস্কৰ সূচকাংক উৰ্দ্ধগামী হৈ 186.27 পইণ্ট স্পৰ্শ কৰে । ইয়াৰ পিচতে চেনচেস্কৰ সূচকাংক বৃদ্ধি হৈ সৰ্বাধিক ৪০,০১৮ পইন্টত স্থিৰ হয় ।


উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতেই ভাৰতীয় ষ্ট'ক বজাৰৰ সূচকাংক অভিলেখ সংখ্যক উৰ্দ্ধগামী হৈ 623 পইণ্ট স্পৰ্শ কৰিছিল৷ ষ্ট'ক বজাৰৰ সূচকাংক এনেদৰে বৃদ্ধি হৈ 39,434.72 পইণ্টত স্থিৰ হয়৷ ইপিনে, ৰাষ্ট্ৰীয় ষ্টক বজাৰত নিফ্টিৰ সূচকাংক 187 পইণ্টৰ অগ্ৰগতিৰে 11,844.10 পইণ্টত স্থিৰ হয়৷

বজাৰ বিশ্লেষকসকলে অভিমত প্ৰকাশ কৰা অনুসৰি, মোডী নেতৃত্বাধীন NDA চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰে, দ্বিতীয়টো কাৰ্যকালতো অধিক সুদৃঢ়ভাৱে দেশৰ অৰ্থনীতিক আগবঢ়াই নিব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details