নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকক জৰিমনা বিহিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। এই জৰিমনাৰ পৰিমান হৈছে ১ কোটি টকা। আৰ বি আইৰ বিশেষ ক্ষমতা অনুসৰী বেংকিক ৰেগুলেচন এক্ট ধাৰা ৪৭-এ ৰ অধীনত এই জৰিমনাবিহে। এচবিআয়ে পুজিৰ ব্য়ৱহাৰৰ সঠিক চোৱাচিতা নকৰাৰ বাবে এই জৰিমনা বিহে।
এচ বি আইক ১ কোটি টকাৰ জৰিমনা ৰিজাৰ্ভ বেংকৰ - RBI
ঋণ প্ৰদানৰ ক্ষেত্ৰত ধনৰ বিৱৰণৰো তথ্য় দিব পৰা নাই ভাৰতীয় ষ্টেট বেংকে
![এচ বি আইক ১ কোটি টকাৰ জৰিমনা ৰিজাৰ্ভ বেংকৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2396476-279-72cd4c56-be95-4d0b-92be-b49e9ab89b6c.jpg)
এচ বি আইক ১ কোটি টকাৰ জৰিমনা ৰিজাৰ্ভ বেংকৰ
আনহাতে ঋণ প্ৰদানকৰীৰ ক্ষেত্ৰত ধনৰ বিৱৰণৰো কোনো তথ্য় দিব পৰা নাই ভাৰতীয় ষ্টেট বেংকে।