অসম

assam

ETV Bharat / business

৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান আইআৰডিএআইৰ - আইআৰডিএআইৰ

ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই বীমাদাতাসকলক ৫০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰিব বিচৰা কৰ্পৰেট ঋণদাতাসকলক ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনায় । LEI কোডৰ অবিহনে ঋণদাতাসকলে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব ।

No corporate loan sanctions, renewals without LEI code: IRDAI
No corporate loan sanctions, renewals without LEI code: IRDAI

By

Published : Jun 7, 2020, 9:36 PM IST

চেন্নাই, ৭ জুন : ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই আইনী সত্তা চিনাক্তকাৰী ইণ্ডিয়াই লিমিটেডৰ LEI কোড লাভ নকৰালৈকে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি নকৰাবলৈ বীমাদাতাসকলক আহ্বান জনাইছে । এক বিজ্ঞপ্তিত ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াৰ কর্তৃপক্ষই বীমা কোম্পানী আৰু ইয়াৰ দ্বাৰা নিয়ন্ত্রিত অন্যান্যসকলক ২০২০ চনৰ ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনাইছে ।

ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই বীমাদাতাসকলক ৫০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰিব বিচৰা কৰ্পৰেট ঋণদাতাসকলক ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনায় । LEI কোডৰ অবিহনে ঋণদাতাসকলে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব ।

ABOUT THE AUTHOR

...view details